BA first Semester প্রথম ষাণ্মাসিক । Assamese Major Syllabus। Gauhati University গুৱাহাটী বিশ্ববিদ্যালয়

প্রথম ষাণ্মাসিক

বুনিয়াদী পাঠ্য
ASM-HC-1016
অসমীয়া সাহিত্যৰ বুৰঞ্জী

(চর্যাপদ – শংকৰী যুগ) মূল্যাংকঃ ৮০


(উদ্দেশ্যঃ এই পাঠ্যৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া সাহিত্যৰ যুগ বিভাজন সম্পৰ্কত পণ্ডিতসকলৰ মতামত, উমৈহতীয়া সাহিত্যৰ ধাৰণা আৰু ইয়াৰ গুৰুত্বপূৰ্ণ নিদর্শন, প্ৰাকৃশংকৰী আৰু শংকৰী যুগৰ প্ৰধান সাহিত্যিকসকলৰ ৰচনাৰ বৈশিষ্ট্য সম্পৰ্কে জানিব পাৰিব।)

প্রথম গোট : অসমীয়া সাহিত্যৰ যুগ বিভাগ
দেবেন্দ্ৰ নাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, বাণীকান্ত কাকতি, মহেশ্বৰ নেওগ, সত্যেন্দ্রনাথ শর্মা কৃত অসমীয়া সাহিত্যৰ যুগবিভাজন

দ্বিতীয় গোটঃ উদ্ভৱ কালৰ অসমীয়া সাহিত্য
উমৈহতীয়া সাহিত্যঃ চর্যাপদ, ডাকৰ বচন, শ্ৰীকৃষ্ণ কীৰ্তন আৰু শূন্য পুৰাণ

তৃতীয় গোটঃ- প্ৰাক-শংকৰী যুগ
পটভূমি, সাধাৰণ বৈশিষ্ট্য, কবিসকল আৰু তেওঁলোকৰ সাহিত্যৰাজি (হেম সৰস্বতী, মাধৱ কন্দলি, হৰিবৰ বিপ্ৰ)

চতুর্থ গোট : শংকৰী যুগ
পটভূমি, সাধাৰণ বৈশিষ্ট্য, বৈষ্ণৱ আৰু পাঁচালী (শংকৰদেৱ, মাধৱদেৱ, ভট্টদেৱ, দুর্গাবৰ, সুকবি নাৰায়ণ দেৱ) কবিসকল সাহিত্যকৃতি

Leave a Reply

Your email address will not be published. Required fields are marked *