ৰাষ্টীয় উদ্যান
অসমত মুঠ ৭ খন ৰাষ্টীয় উদ্যান আছে
- ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
- দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান
- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
- নামেৰি ৰাষ্ট্ৰীয় উদ্যান
- ওৰাং ৰাষ্ট্ৰীয় উদ্যান
- মানস ৰাষ্ট্ৰীয় উদ্যান
- ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান
- এই তালিকা খন upper assam পৰা lower assam লৈ ক্ৰমভাবে দিয়া আছে
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
- ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আছে ।
- ই ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে অৱস্থিত হয় ।
- ৰাষ্ট্ৰীয় উদ্যান খনৰ উওৰফালে ডিব্ৰু নদী বৈ গৈছে
- 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় ( ৩৪০ বৰ্গ কি.মি )
- 1986 চনত অভায়ৰণ্য হিচাপে ঘোষণা কৰা হয় ( ৩৪০ বৰ্গ কি.মি )
- 1997 চনত biosphere reserve হিচাপে ঘোষণা কৰা হয় ।
- ইয়াৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদী, পূবে অনন্ত নলা দক্ষিণে ডিব্ৰু নদী পশ্চিমে ডিব্ৰু নদী আৰু ব্ৰহ্মপুত্ৰ নদী অৱস্থিত ।
- ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ভাৰতবৰ্ষৰ একমাত্ৰ বন ঘৰচীয়া ঘোঁৰা (Ferral Horse) পোৱা উদ্যান ।
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান
- দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আছে ।
- ই বৃহত্তৰ দিহিং পাটকাই বৰ্ষাৰণ্যৰ এক অংশ
- এই ৰাষ্ট্ৰীয় উদ্যানক বিস্তৃতি তথা ঘন বনাঞ্চলৰ বাবে ইয়াক ‘পূবৰ আমাজান’ (The Amazon of the east) বুলিও আখ্যা দিয়া হয়
- ২০০৪ চনত ইয়াক অভয়াৰণ্য হিচাপে স্থাপন কৰা হৈছিল
- ২০২০ চনৰ ১৩ ডিচেম্বৰ তাৰিখে অসম চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰস্তাৱিত কৰে আৰু ২০২১ চনৰ ৯ জুন তাৰিখৰে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত কৰা হয় ।
- এই অভয়াৰণ্য দিহিং পাটকাই হস্তী প্ৰকল্প (Dehing-Patkai Elephant Reserve) ৰ এটা অংশ
- এই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে দিহিং নদী বৈ গৈছে আৰু পাতকাই পৰ্বতৰ পাদদেশত ই অৱস্তিত
- ইযাৰ মাটিকালি হৈছে 231.6 বৰ্গ কি.মি.
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(ইংৰাজী: Kaziranga National Park) অসমৰ নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত ।
- ইযাৰ মাটিকালি হৈছে 1090 বৰ্গ কি.মি.
- ১৯০৪ চনত কাজিৰঙা অঞ্চলত গঁড় চাবলৈ আহিছিল তদানীন্তন ভাৰতবৰ্ষৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জন
- ইয়াত ভাৰতৰ 2/3 অংশৰ এশিঙীয়া গড় পোয়া যায় ।
- ২০০৫ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে সংৰক্ষিত বনাঞ্চল (reserve forest) হিচাপে এশ বছৰ অতিক্ৰম কৰে
- ১৯০৫ চনত কাজিৰঙাক ‘সংৰক্ষিত বনাঞ্চল’ হিচাপে স্বীকৃতি দিয়া হৈছিল
- ১৯৬৮ চনত চৰকাৰে প্ৰণয়ন কৰে ‘অসম ৰাষ্ট্ৰীয় উদ্যান আইন, ১৯৬৮ চন’ (The Assam National Park Act of 1968) আৰু এই আইনৰ জৰিয়তে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰ ময্যদা দিয়া হয় ।
- ১৯৮৫ চনত কাজিৰঙাক ইউনেস্কোৰ (UNESCO) ‘বিশ্ব ঐতিহ্যক্ষেত্ৰ’ (World Heritage Site) হিচাপে অন্তৰ্ভুক্ত কৰা হয়।
- কাৰ্বি ভাষাৰ শব্দ ‘কাজি’ (অৰ্থ: ছাগলী) আৰু ‘ৰঙাই’ (অৰ্থ: ৰঙা), অৰ্থাৎ ‘ৰঙা ছাগলীৰ স্থান
নামেৰি ৰাষ্ট্ৰীয় উদ্যান
- নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল অসমৰ শোণিতপুৰ জিলাত হিমালয়ৰ পাদদেশত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান
- কাজিৰঙা তথা মানাহৰ পিছতে ঘোষিত এইখন অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান
- মানাহৰ পিছতে নামেৰি, অসমৰ দ্বিতীয়খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল
- 1985 চনত অভয়াৰণ্য (Sanctuary) ৰূপে স্বীকৃতি প্ৰদান কৰা হয় (১৩৭ বৰ্গ কি:মি:)
- ২০০০ চনত নামেৰি (৩৪৪ বৰ্গ কিলোমিটাৰ)ক ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চল হিচাপে ঘোষণা কৰা হয়
- 1998 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় (212 বৰ্গ কি.মি )
- নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ-পূবে অৰুণাচল প্ৰদেশৰ সংৰক্ষিত বনাঞ্চল (Pakhui Wildlife Sanctuary) তথা ব্যাঘ্ৰ প্ৰকল্প (Pakke Tiger Reserve)। এই অঞ্চলৰ মাজেদি ব্ৰহ্মপুত্ৰৰ অন্যতম উপনদী জীয়াভৰলী বৈ গৈছে।
ওৰাং ৰাষ্ট্ৰীয় উদ্যান
- ওৰাং ৰাষ্ট্ৰীয় উদ্যান ব্ৰক্ষ্মপুত্ৰ নদীৰ উত্তৰে অসমৰ দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান
- ইয়াৰ মাটিকালি প্ৰায় ৭৮.৮১ বৰ্গ কিলোমিটাৰ
- ১৯৮৫ চনত ওৰাঙক অভয়াৰণ্য আৰু ১৯৯৯ চনৰ ১৩ এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিয়া হয়
মানস ৰাষ্ট্ৰীয় উদ্যান
- ই বাক্সা জিলাৰ উত্তৰাঞ্চলত, ভূটান পৰ্বতৰ পাদদেশত অৱস্থিত।
- এই ৰাষ্ট্ৰীয় উদ্যান ভূটানৰ ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংলগ্ন হৈ আছে ।
- বনৰীয়া পানী ম’হ (Wild Water Buffalo)ৰ অন্যতম প্ৰধান আশ্ৰয়স্থলী হিচাপেও বাবেও মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ খ্যাতি আছে
- মানস ৰাষ্ট্ৰীয় উদ্যান বা মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ এক অন্যতম ৰাষ্ট্ৰীয় উদ্যান, ইউনেস্কোৰ দ্বাৰা স্বীকৃত প্ৰাকৃতিক বিশ্ব ঐতিহ্যবাহী স্থান (World Heritage site), ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল (Project Tiger Reserve), হস্তী সংৰক্ষিত বনাঞ্চল (Elephant Reserve), তথা বায়’ছফিয়েৰ ৰিজাৰ্ভ (Biosphere Reserve)
- ১৯৮৫ চনত ইউনেস্ক’ই মানসক বিশ্ব ঐতিহ্যবাহী স্থান (World Heritage site) হিচাপে ঘোষণা কৰে। ১৯৯০ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্য্যদা প্ৰদান কৰা হয়
- মানাহৰ মুঠ মাটিকালি ৫০০ বৰ্গ কি.মি. আৰু ই সাগৰ পৃষ্ঠৰ পৰা ৬১-১১০ মিটাৰ উচ্চতাত অৱস্থিত
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান
- ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Raimona National Park) হৈছে অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান
- ২০২১ চনৰ ০৯ জুন তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়
- ই ৰাষ্ট্ৰীয় উদ্যানখন কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ কচুগাঁও বন সংমণ্ডলৰ অন্তৰ্গত।
- ৰাইমনা সোণালী বান্দৰৰ বাবে বিখ্যাত
- ৪২২ বৰ্গফুট এলেকাৰ
- ৰাইমনাৰ পশ্চিম অংশক অসম-বংগ সীমা সহ সোণকোষ নদীয়ে আগুৰি আছে যি নেকি ভাৰত-ভূটান সীমাৰে দক্ষিণলৈ আগবাঢ়ি গৈছে আৰু পূবত ভাৰত-ভূটান সীমাৰ দক্ষিণ অংশ নোপোৱালৈকে সৰলভগা নদীয়ে আগুৰি আছে। ৰিপু বনাঞ্চলৰ পেকুৱা নদীয়ে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাৰ পৰিচয় দিয়ে।
IMPORTANT MCQ ON NATIONAL PARK
- কোনখন ৰাষ্টীয় উদ্যানত ঢেকিপতীয়া বাঘৰ ঘনত্ব আটাইতকৈ বেছি
A. Jim Corbet National Park
B. Gir National Park
D. Sundarban National Park
উওৰঃ- C. Kaziranga National Park
2.মানাহ ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত জৈৱ মণ্ডল সংৰক্ষিত বনাঞ্চল ৰূপে স্বীকৃতি দিয়া হৈছিল?
• B. 1973
• C. 1979
• D. 1991
উওৰ: C. 1979 (১৯৭৯)
3.In which year Project Tiger was started in Nameri National Park?
নামেৰি ৰাষ্ট্ৰীয় উদ্যান কিমান চনত ব্যঘ্ৰ প্ৰকল্প ৰূপে ঘোষণা কৰা হৈছিল?
A. 1985
B. 2000
C. 2021
D. 2007
উওৰ: B. 2000 (২০০০)
4. Which is the smallest National Park of Assam?
অসমৰ সবাতোকৈ সৰু ৰাষ্ট্ৰীয় উদ্যনখনৰ নাম কি?
A. Nameri National Park
B. Dehing – Patkai National Park
C. Orang National Park
D. Raimona National Park
উওৰ:- C. Orang National Park (ওৰোং ৰোষ্ট্ৰীয় উদ্যোন
5. The Protected Area Network, comprising of National Parks and Wildlife Sanctuaries in Assam is
অসমৰ ৰাষ্ট্ৰীয় উদ্যন আৰু অভয়াৰণ্য মিলি সৰ্ববমুঠ মাটিকালি কিমান
A. 2000 sq. Km
B. 3925 sq. Km
C. 5350 sq. Km
D. 2560 sq. Km
উওৰ: B. 3935 sq. Km (৩৯৩৫ )
6. Which National Park of Assam is famous for Eastern Swamp Deer?
দল হৰিণাৰ বাবে অসমৰ কোন খন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত ?
A. Manas National Park
B. Nameri National Park
C. Dibru- Saikhowa National Park
D. Kaziranga National Park
Answer: D. Kaziranga National Park (কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান )
7. Which is the first National Park of Assam?
অসমৰ প্ৰথম খন ৰাষ্ট্ৰীয় উদ্যান খনৰ নাম কি ?
A. Manas
B. Nameri
C. Orang
D. Kaziranga
Answer: D. Kaziranga National Park (কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান)
8. Manas National Park is located in the foothill of which region?
মানস ৰাষ্ট্ৰীয় উদ্যান কোন খন ঠাইৰ পাদদেশত অৱস্থিত?
A. Himalayas
B. Nepal
C. Bhutan
D. Meghalaya
Answer: C. Bhutan (ভূটান )
9. Which is the Seventh National Park in Assam?
অসমৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যাখনৰ নাম কি
(A) Manas National Park
(B) Dehing Patkai National Park
(C) Raimona National Park
(D) Kaziranga National Park
Answer: B) Dehing Patkai National Park (দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান)
10. Which river flows near Orang National Park?
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি বৈ যোৱা নদীখনৰ নাম কি
(A) Jia Dhansiri
(B) Gabhoru
(C) Dhansiri
(D) Jia Bharali
Answer: A. Jia Dhansiri (জীয়া ধনশীৰি)
11. What is the total area of Nameri National Park
নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটি কালি কিমান
A. 200 sqkm
B. 340 sqkm
C. 422 sqkm
D. 519 sqkm
Answer: A. 200 sqkm (২০০ )
12. In which year Raimona was declared as a National Park
কিমান চনত ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হৈছিল
A. 1990
B. 1999
C. 1998
D. 2021
Answer: D. 2021 (২০২১ )
13. With respect to the number of National Parks in the state, Assam’s rank among the states of India is –
এখন ৰাজ্যত থকা ৰাষ্ট্ৰীয় উদ্যান সমূহৰ হিচাপত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান?
A. First
B. Second
C. Third
D. Fourth
Answer: C. Third (তৃতীয়)
14. Which of the following National Parks was declared by the Assam Government on the occasion of the World Environment Day, 2021?
বিশ্ব পৰিৱেশ দিৱস , ২০২১ দিনা অসম চৰকাৰে কোন খন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিছিল
A. Dehing Patkai
B. Raimona
C. Both
D. None
Answer: B. Raimona National Park. (ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান)
15.Which of the following rivers does NOT form the boundary of Raimona National Park?
কোনখন নদীয়ে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে চাৰিসীমা গঠন নকৰে
A. Sankosh
B. Manas
C. Saralbhanga river
D. Pekua river
Answer: B. Manas river (মানাহ নদী)
16. Which is the only forest reserve of the world where wild horses are found?
বনৰীয়া ঘোৰাৰ বসতিৰ বাবে পৃথিৱী বিখ্যাত একলাত্ৰ সংৰসিত বনাঞ্চল খনৰ নাম কি
A. Kaziranga National Park
B. Manas National Park
C. Dibru Saikhowa National Park
D. Orang National Park
Answer: C. Dibru Saikhowa National Park (ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান)