Class 8 Maths। Sankardev Sishu Niketan Solution। Exercise – 8(B) ।শংকৰদেৱ শিশু নিকেটন

Exercise – 8(B)

1. 50 টকা দামৰ ঔষধ এটাৰ 5% বিক্ৰী কৰ লগোৱাৰ পিছত ঔষধটোৰ কিনাদাম কিমান ?

Solution:-

 দিয়া আছে ,

বস্তুটোৰ বিক্ৰীমূল্য = 50

 5% কৰ লগোৱাৰ পিছত ঔষধটোৰ কিনাদাম হব

                  = 50 + 50 ৰ 5%

                  = 50 + 50 × \(\frac{5}{100}\)

                  = 50 + 2.5 = 52.5 টকা   

2. এটা TV ৰ দাম 1400 টকা । ইয়াৰ ওপৰত 12% হাৰত বিক্ৰী কৰ লোৱা হয় । TV টো কিনিবলৈ কিমান টকা দোকানীক দিব লাগিব ?

Solution:- 

 দিয়া আছে ,

TV টোৰ দাম  = 1400 টকা

 12% কৰ লগোৱাৰ পিছত TV টোৰ কিনাদাম হব

                  = 1400 + 1400 ৰ 12%

                  = 1400 + 1400 × \(\frac{12}{100}\)

                  = 1400 + 1680 = 15680 টকা   

3. 8% সংযোজিত কৰ (VAT) দি ৰমনে এটা Water Filter 54০০ টকাত কিনিলে । VAT যোগ কৰাৰ আগত Water Filter টোৰ দাম কিমান আছিল ?

Solution:- ধৰো, VAT যোগ কৰাৰ আগত Water Filter টোৰ দাম = x টকা

দিয়া আছে ,  সংযোজিত কৰ = 8%

প্ৰশ্নমতে,

5400 = x + x ৰ 8%

5400 = x + x × \(\frac{8}{100}\)

5400 = x + x × \(\frac{4}{50}\)

5400 =  \(\frac{50x + 4x}{50}\)

5400 =  \(\frac{54x}{50}\)

5400 × 50 = 54x

x = \(\frac{5400× 50}{54}\)

   = 100×50 = 5000 টকা

4. এটা হাৰমনিয়ামৰ দাম টকা । হাৰমনিয়ামটোৰ বাট্ৰা পোৱাৰ পিছত বিক্ৰী কৰ দিব লাগিব । হাৰমনিয়ামটোৰ কিনাদাম নিৰ্ণয় কৰা ।

Solution:- 

 দিয়া আছে ,

 হাৰমনিয়ামটোৰ দাম  = 5500 টকা

 5%  বাট্ৰা পোৱাৰ পিছত  হাৰমনিয়ামটোৰ দাম

                  = 5500 – 5500 ৰ 5%

                  = 5500 – 5500 × \(\frac{5}{100}\)

                  = 5500 – 275 = 5225 টকা   

 5%  বিক্ৰী কৰ লগোৱাৰ  পিছত  হাৰমনিয়ামটোৰ দাম    

                  = 5225 + 5225 ৰ 5%

                  = 5225 + 5225 × \(\frac{5}{100}\)

                  = 5500 + 261.25 = 5486.25 টকা   

5. ৰিতুই VAT সহ 4536 টকাৰে এযোৰ কাপোৰ কিনিলে । কাপোৰযোৰৰ প্ৰকৃত দাম 4200 টকা । VAT ৰ শতকৰা হাৰ নিৰ্ণয় কৰা ।

Solution:- 

দিয়া আছে,

কাপোৰযোৰৰ প্ৰকৃত দাম = 4200 টকা

সহ কাপোৰযোৰৰ দাম =4536 টকা

VAT ৰ পৰিমান  = 4536 – 4200 = 336 টকা

VAT ৰ শতকৰা  হাৰ  = \(\frac{336}{4200}\) × 100%

                                    = \(\frac{336}{42}\) = 8%

 

 

   

 

Leave a Reply

Your email address will not be published. Required fields are marked *