অনুশীলনী – 7 (A)
1. উতপাদক পদ্ধতিৰে তলৰ কোনবোৰ সংখ্যা নিখঁত ঘনসংখ্যা ? যিবোৰ ঘন নহয় , আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিলে সেইবোৰ ঘন হব ?
(a) 108
Solution:-
108 = 2 × 2 × 3 × 3 × 3
পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হল 2
(b) 1728
Solution:-
1728 = 2 × 2 × 2×2 × 2×2×3×3×3
এইটো এটা নিখুত ঘন সংখ্যা হয়
(c) 9000
Solution:-
9000 = 3 × 3 × 2 × 2× 2 × 5× 5 × 5
∴ পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হল 3
(d) 5832
Solution:-
5832 = 2 x 2 x 2 x 3 x 3 x 3 x 3 x 3 x 3
এইটো এটা নিখুত ঘন সংখ্যা হয়
2. যিবোৰ ঘন নহয় , আটাইতকৈ কি সৰু সংখ্যাৰে হৰণ কৰিলে সেইবোৰ ঘন হব ?
(a) 1372
Solution:-
1372 = 2 x 2 x 7 x 7 x 7
আটাইতকৈ সৰু 4 ৰে হৰণ কৰিলে সংখ্যাটো ঘন হব
(b) 74088
Solution:-
74088 = 2 x 2 x 2 x 3 x 3 x 3 x 7 x 7 x 7
এইটো এটা ঘন সংখ্যা হয় ।
(c) 43200
Solution:-
43200 = 2 x 2 x 2 x 2 x 2 x 2 x 3 x 3 x 3 x 5 x 5
আটাইতকৈ সৰু 25 ৰে হৰণ কৰিলে সংখ্যাটো ঘন হব
(d) 729000
Solution:-
729000 = 2 x 2 x 2 x 3 x 3 x 3 x 3 x 3 x 3 x 5 x 5 x 5
এইটো এটা ঘন সংখ্যা হয় ।
3. এটা ঘনকৰ দীঘ 8.5 চে.মি. । ঘনকটোৰ আয়তন কিমান ?
Solution:-
দিয়া আছে , ঘনকৰ দীঘ = 8.5 চে.মি
ঘনকটোৰ আয়তন = 8.5×8.5×8.5 = 614.125 ঘন চে.মি
4. ঘনসংখ্যাৰ মানবোৰ উলিয়াই পৰীক্ষা কৰা যে ইহতৰ যোগফল সমান । পিছত খালী ঠাই পূৰোৱা
(i) \(16^3 + 2^3\) = \(15^3+ 9^3\) = 4104
(ii) \(24^3 + 2^3\) = \(20^3+ 8^3\) = 8512
(iii) \(39^3 + 17^3\) = \(36^3+ 26^3\) = 64232
(iv) \(34^3 + 9^3\) = \(33^3+ 16^3\) = 40033
5. প্ৰথম পাঁচটা অযুগ্ম সংখ্যাৰ ঘনৰ যোগফল আৰু প্ৰথম পাঁচটা যুগ্ম সংখ্যাৰ ঘনৰ যোগফৰ মাজত পাৰ্থক্য কিমান ?
Solution:-
=( 1³+3³+7³+9³+11³) -(23 + 43 + 63 + 83 + 10³)
= (1 + 27 + 125 + 343+1331 ) – (8 + 64 + 216 + 512 + 1000 )
= 1827 – 1800
= 27