SVN Class 8 Maths।গণিত । Exercise 6 (A)। অনুশীলনী 6(A) । বৰ্গ আৰু বৰ্গমূল ।Sankardev Sishu Niketan Solution

SVN Class 8 Maths বৰ্গ আৰু বৰ্গমূল

Exercise 6 (A)

1.(a) 50 তকৈ সৰু আটাইকেইতা বৰ্গ সংখ্যা লিখা ।

Solution:- 50 তকৈ সৰু আটাইতকৈ বৰ্গ সংখ্যা —–  4,9,16,25,36,49

 (b) 1 ৰ পৰা 100 লৈকে কেইটা বৰ্গ সংখ্যা আছে ?

Solution:- 9 টা

2. তলৰ সংখ্যাবোৰৰ বৰ্গ উলিওৱা ——-

             (i) 19          (ii) 35         (iii) 76         (iv) 121      (v) – 23    (vi) -113

Solution:-    361           1225           5776          14641         529       12769

4. তলৰ কোনবোৰ সংখ্যা বৰ্গ সংখ্যা নহয়? কাৰণ দৰ্শোৱা।

   127,     153,     9216,    9348,     23422

Solution:-   নহয়   নহয়    হয়   নহয়    নহয়

5. তলৰ কোনবোৰ সংখ্যাৰ বৰ্গ এটা যুগ্ম বা অযগ্ম ।

          (i) 129     (ii) 1037      (iii) 2140      (iv) 5678

Solution:-  অযুগ্ম    অযুগ্ম        যুগ্ম      যুগ্ম

6. তলৰ সংখ্যাবোৰৰ বৰ্গত কেইটাকৈ শূণ্য থাকিব ?

            (i) 110    (ii) 1900    (iii) 21500     (iv) 317000

Solution:-     দুটা     চাৰিটা    চাৰিটা     ছয়টা 

7.একে ক্ৰমিক নোহোৱা তিনিযোৰ স্বাভাৱিক সংখ্যা লিখা । যাৰ মাজত এটাও বৰ্গ সংখ্যা নাই ।

  উওৰঃ- (20, 24) , (37, 43), (87, 94)

8. সত্য, অসত্য লিখা

  1. এটা ঋাণাত্মক সংখ্যা বৰ্গ সংখ্যা হব পাৰে ।  Ans:- অসত্য
  2. এটা মৌলিক সংখ্যা বৰ্গ সংখ্যা হব পাৰে  ।  Ans:- অসত্য
  3. বৰ্গ সংখ্যাবোৰত যুগ্ম সংখ্যক অংক থাকে ।  Ans:- অসত্য
  4. দুটা বৰ্গ সংখ্যাৰ যোগফল এটা বৰ্গ সংখ্যা । Ans:- অসত্য
  5. দুটা বৰ্গ সংখ্যাৰ বিয়োগফল এটা বৰ্গ সংখ্যা । Ans:- অসত্য
  6. দুটা বৰ্গ সংখ্যাৰ পূৰণফল এটা বৰ্গ সংখ্যা ।   Ans:- অসত্য
  7. এটা সংখ্যাৰ এককৰ স্থানত a থাকিলে ইয়াৰ বৰ্গ সংখ্যাটোৰ একক স্থানত  a2 ৰ এককৰ স্থানৰ অংকটো থাকিব । Ans:- সত্য
  8. এটা বৰ্গ সংখ্যা a2 ৰ এককৰ স্থানত 1 থাকিব যদিহে a ৰ এককৰ স্থানৰ অংকটোত কেৱল 1 থাকে । Ans:- অসত্য
  9. এটা বৰ্গ সংখ্যা a2 ৰ এককৰ ঘৰত 6 থাকিব যদিহে a ৰ এককৰ স্থানত 6 থাকে । Ans:- অসত্য
  10. 70 আৰু 99 ৰ মাজত কোনো বৰ্গ সংখ্যা নাই । Ans:- অসত্য

10. 772 আৰু 782 ৰ মাজত কেইটা স্বভাৱিক সংখ্যা আছে ।

সমাধআঃ- 772 আৰু 782 ৰ মাজত থকা স্বভাৱিক সংখ্যা হৈছে = 2×77 = 154

11. উদাহৰণ দি পৰীক্ষা কৰা যে—

   (i) a2 + b2 ≠ (a + b)2

Solution:- ধৰো, a = 2  , b = 3

a2 + b2 = 22 + 32

           =  4 + 9 = 13

(a + b)2 = (2+ 3)2

        = 52 = 25

∴ 13 ≠ 25

    (ii) a2 – b2 ≠ (a – b)2

Solution:-

a2 – b2 = 22 – 32

           =  4 – 9 = – 5

(a – b)2 = (2 – 3)2

        = (-1)2 = 1

∴ -5 ≠ 1

12.(a) 1  ৰ পৰা 500 লৈকে কেইটা বৰ্গ সংখ্যা আছে ?

Ans:- 23  টা

   (b) 1  ৰ পৰা 1000 লৈকে কেইটা বৰ্গ সংখ্যা আছে ?

Ans:-  31 টা

Leave a Reply

Your email address will not be published. Required fields are marked *