দুটা অখণ্ড সংখ্যাৰ পূৰণফল 41 ইয়াৰে এটা (-1) হলে আনটো কি দুটা অখণ্ড সংখ্যাৰ পূৰণফল (-24) হলে সংখ্যা্ দুটা কি কি হব পাৰে নিৰ্ণয় কৰা ।দুটা অখণ্ড সংখ্যাৰ পূৰণফল 32 হলে সংখ্যা্ দুটা কি কি যদি a ÷(-7)=6 তেন্তে অখণ্ড সংখ্যা a উলিওৱা । যদি 105÷b = 15 তেন্তে ৰ ঠাইত কি অখণ্ড সংখ্যা পাতিব পৰা যাব ? তলত দিয়া প্ৰতিটো গোট সৰল কৰা আৰু যি যি মান পালা সেইবিলাক সমান হয়নে পৰ্যবেক্ষণ কৰা ।