SEBA Solutions for Class 6 CHAPTER 4 of social science in assamese medium are prepared to help students in their annual exam preparation for getting good rank and mark to obtain a batter result in annual examination in seba board . This solution provides them with answers to the questions provided in the SEBA Class 6 social science textbooks.
In this chapter, students will learn about the details of galaxy and about our universe components like moon , sun, planets etc. in assamese medium . It’s highly suggested that students make use of the SEBA Solutions in assamese medium for Class 6 social Science Chapter 4 while learning the main concepts. Also, this chapter is quite interesting as it involves many practical experiments to help learners understand the basics. SEBA board is the state board of who control assamese textbook for assam and all examination in assamese medium .
অনুশালনী
(১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ লিখা –
(ক) পৃথিৱীৰ প্ৰধান চাৰিটা মণ্ডল কি কি?
উওৰঃ- পৃথিৱীৰ প্ৰধান চাৰিটা মণ্ডল হৈছে – স্থলমণ্ডল , জলমণ্ডল , বায়ুমণ্ডল ,জীৱমণ্ডল
(খ) পৃথিৱীৰ প্ৰধান মহাদেশবোৰৰ নাম কি কি?
উওৰঃ- পৃথিৱীৰ প্ৰধান মহাদেশবোৰৰ নাম হৈছে- এছিয়া মহাদেশ ,আফ্ৰিকা মহাদেশ ,উওৰ আমেৰিকা মহাদেশ , দক্ষিণ আমেৰিকা মহাদেশ , ইউৰোপ মহাদেশ , ওচেনিয়া মহাদেশ , এন্টাৰ্কটিকা মহাদেশ
(গ) দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি ?
উওৰঃ- দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম হল ওচেনিয়া মহাদেশ
(ঘ) বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ নাম কি কি?
উওৰঃ- বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ নাম হল – ট্ৰপস্ফিয়েৰ , ষ্ট্ৰেটস্ফিয়েৰ , মেছস্ফিয়েৰ আৰু থাৰ্মস্ফিয়েৰ
(ঙ) জীৱৰ বাবে বায়ুমণ্ডল কিয় প্রয়োজনীয়?
উওৰঃ- কাৰণ ই আমাৰ শ্বাস-প্ৰশ্বাসৰ বাবে প্ৰয়োজনীয় বায়ুৰ যোগান ধৰে।আনহাতে, ই সূৰ্যৰ ৰশ্মিৰ কুপ্ৰভাৱৰ পৰা জীৱ জগতক ৰক্ষা কৰে ।
(চ) মহাদেশ আৰু মহাসাগৰসমূহৰ নাম কি কি?
উওৰঃ- মহাদেশবোৰৰ নাম হৈছে— এছিয়া মহাদেশ ,আফ্ৰিকা মহাদেশ ,উওৰ আমেৰিকা মহাদেশ , দক্ষিণ আমেৰিকা মহাদেশ , ইউৰোপ মহাদেশ , ওচেনিয়া মহাদেশ , এন্টাৰ্কটিকা মহাদেশ
মহাসাগৰসমূহৰ নাম হৈছে— প্ৰশান্ত মহাসাগৰ ,আটলান্টিক মহাসাগৰ ,ভাৰত মহাসাগৰ ,উওৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ
(ছ) জীৱ মণ্ডলত মানুহে কি কি পৰিৱৰ্তন সাধন কৰিছে?
উওৰঃ-
(২) শুদ্ধ উত্তৰটোত √ চিন দিয়া—
(ক) এছিয়া মহাদেশৰ পৰা ইউৰোপক পৃথক কৰা পৰ্বতমালা—
(১) এণ্ডিজ (২) হিমালয় (৩) য়ুৰাল
উওৰঃ-(৩) য়ুৰাল
(খ) শতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ থকা উপাদানবিধ —
(১) নাইট্ৰ’জেন (২) অক্সিজেন (৩) কার্বন-ডাই-অক্সাইড
উওৰঃ- (১) নাইট্ৰ’জেন
(গ) কঠিন শিলাৰে গঠিত পৃথিৱীৰ প্ৰধান মণ্ডলটো—
(১) বায়ুমণ্ডল (২) জলমণ্ডল (৩) স্থলমণ্ডল
উওৰঃ- (৩) স্থলমণ্ডল
(ঘ) আটাইতকৈ বৃহৎ মহাদেশখন হ’ল—
(১) আফ্রিকা
(২) এছিয়া
(৩) ওচেনিয়া
উওৰঃ- (২) এছিয়া
(৩) জীৱমণ্ডলত জীৱৰ বসবাসৰ উপযোগী পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কৰা উচিত? দলত আলোচনা কৰি লিখা ৷