CLASS 6 । CHAPTER 1 ।। EXERCISE QUESTION ANSWER IN ASSAMESE MEDIUM SEBA BOARD ।। সৌৰজগতত আমাৰ পৃথিৱী ।।SOCIAL SCIENCE

SEBA Solutions for Class 6 CHAPTER 2 of social science in assamese medium are prepared to help students in their annual exam preparation for  getting good rank and mark to obtain a batter result in annual examination in seba board . This solution provides them with answers to the questions provided in the SEBA  Class 6 social science textbooks. 

In this chapter, students will learn about the details of galaxy and about our universe components like moon , sun, planets etc. in assamese medium  .  It’s highly suggested that students make use of the SEBA Solutions in assamese medium for Class 6 social  Science Chapter 2 while learning the main concepts. Also, this chapter is quite interesting as it involves many practical experiments to help learners understand the basics. SEBA board is the state board of who control assamese textbook for assam and all examination in assamese medium .

অনুশীলনী 

(১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা—

(ক) সৌৰজগত বুলিলে কি বুজা?

উওৰঃ- সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্যান্য গ্রহ, উপগ্রহ, ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালকে সৌৰজগত বোলে।

(খ) সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্রমে গ্ৰহবোৰৰ নাম লিখা

উওৰঃ- বুধ, শুক্র, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন

(গ) সূর্য কি? সূৰ্যৰ বিষয়ে চমুকৈ লিখা ।

উওৰঃ- সূর্য অতি উত্তপ্ত নক্ষত্র । সূৰ্যৰ ওপৰ অংশৰ উত্তাপ প্রায় ৬০০০ ডিগ্রী চেলচিয়াছ। সূৰ্যৰ বয়স ৫০০

কোটি বছৰৰ ওচৰা-উচৰি। সূৰ্য প্ৰচুৰ শক্তিৰ উৎস আৰু ইয়াৰ বাবেই পৃথিৱী গ্ৰহত জীৱৰ জীৱন ধাৰণ

সম্ভৱ হৈছে। পৃথিৱীত হোৱা দিন-ৰাতি, ঋতু পৰিৱৰ্তন, বতৰৰ সাল-সলনি, এই সকলোৰে প্ৰধান কাৰণ

হৈছে সূৰ্য।

(২) উত্তৰ দিয়া—~

(ক) নিজৰ পোহৰ থকা তৰাবোৰক কি বুলি কোৱা হয় ?

উওৰঃ- নক্ষত্ৰ

(খ) পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি ?

উওৰঃ- বুধ

(গ) আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি?

উওৰঃ- সূৰ্য

(ঘ) ৰাতিৰ আকাশত তীব্রভাবে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক কি বুলি জনা যায় ?

উওৰঃ- পপীয়া তৰা বা উল্কা

(৩) পাঠৰ চিত্ৰ-৩ ত থকা সৌৰজগতৰ চিত্ৰখন পৰ্যৱেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা

(ক)সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি ?

উওৰঃ- নেপচুন

(খ) ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত ?

উওৰঃঃ- শনি আৰু নেপচুন

(গ) সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত ?

উওৰঃ- তিনি নম্বৰত

(ঘ) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?

উওৰঃ- বৃহস্পতি

(ঙ) গ্রহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায় ?

উওৰঃ- মঙ্গল আৰু বৃহস্পতি

(৪) শুদ্ধ উত্তৰটো লিখা

(ক) পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয় ?

( ১ ) বুধ (২) শুক্র (৩) মঙ্গল (৪) শনি

উওৰঃ- (২) শুক্র

(খ) সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হ’ল—

( ১ ) ধুমকেতু (২) গ্রহাণুপুঞ্জ (৩)উপগ্ৰহ (৪)নক্ষত্ৰ

Leave a Reply

Your email address will not be published. Required fields are marked *