অনুশীলনী 1.1
অনুশীলনী 1.1 (Exercise)
1. তলত দিয়াবোৰ সত্য় নে অসত্য় বিচাৰ কৰা :
(i) পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে।
(ii) পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণ ক্ষেত্ৰত সহযোগ বিধি মানি চলে।
(iii) পৰিমেয় সংখ্যা বিয়োগত আৱদ্ধ নহয়।
(iv) শূন্যৰ প্ৰতিক্ৰম নাই।
(v) 0 এটা পৰিমেয় সংখ্যা।
(vi) 32 × ( 54 + 37 ) = (32 × 54) + (32 × 37)
(vii) 79 × ( 6739 ) = (79 × 67) − (79 × 39)
(viii) 1112 × 73 = 73 × 1112
(ix) 211 × ( 35 × 12 ) = (211 × 35) × 12
(x) 412 ÷ ( 611 ÷ 12 ) = ( 412 ÷ 611 ) ÷ 12
(xi) 1112 × ( 49 + −56 )

Leave a Reply