পোহৰ-প্ৰতিকলন আৰু প্ৰতিসৰণ
10
পোহৰ-প্ৰতিকলন আৰু প্ৰতিসৰণ
অতি চমু প্ৰশ্নোত্তৰ
1. লক্ষ্যবস্তুৰ দূৰত্ব (u), প্ৰতিবিম্বৰ দূৰত্ব (v) আৰু ফ’কাছ দৈৰ্ঘ্য (f)ৰ মাজৰ সম্পৰ্কটো লিখা।
উ:\( \frac{1}{u} + \frac{1}{v} = \frac{1}{f} \)

2. এটা পোহৰৰ ৰশ্মিয়ে ভাজকেন্দ্ৰৰ মাজেদি অতিক্ৰম কৰি অৱতল দৰ্পণত আপতিত হৈছে। আপতন কোণৰ মান কিমান?
উ: শূন্য ডিগ্ৰী।
3. বায়ু, কাঁচ আৰু পানীৰ প্ৰতিসৰণাংকক অধঃক্রমত সজোৱা।
উ: কাঁচ (1.5) > পানী (1.33) > বায়ু (1.0003)।

Leave a Reply