পৰিমেয় সংখ্যা – অনুশীলনী 2(A)

পৰিমেয় সংখ্যা (Rational Numbers)

অনুশীলনী – ২(A)

১. সত্য নে অসত্য লিখা:

i) ০ এটা স্বাভাৱিক সংখ্যা। — অসত্য
ii) আটাইতকৈ সৰু পূৰ্ণ সংখ্যা ০। — সত্য
iii) −১১ এটা অখণ্ড সংখ্যা। — সত্য
iv) সকলো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা। — অসত্য
v) সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা। — সত্য
vi) অখণ্ড সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ ধৰ্ম মানি চলে। — অসত্য
vii) পূৰ্ণ সংখ্যাবোৰে পূৰণ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় বিধি মানি নচলে। — অসত্য
viii) \( a, b, c \) যিকোনো তিনিটা অখণ্ড সংখ্যা হ’লে \( (a \div b) \div (b \div c) \) — অসত্য
ix) \( x \) যিকোনো এটা অখণ্ড সংখ্যা হ’লে \( a \times 0 = a \) — অসত্য
x) \( x \) যিকোনো এটা অখণ্ড সংখ্যা হ’লে \( x + (-x) = 0 \) — সত্য

২. তলৰ কোনবোৰ পৰিমেয় সংখ্যা?

সংখ্যাবোৰ: \( \frac{4}{19}, \frac{-17}{3}, 0.3, \frac{100}{101}, \frac{22}{7}, 6, 1.001, \sqrt{2}, \sqrt{3}, \sqrt{5}, 2.030030003\ldots \)
উত্তৰ:
\( \frac{4}{19} \) – পৰিমেয়
\( \frac{-17}{3} \) – পৰিমেয়
\( 0.3 \) – পৰিমেয়
\( \frac{100}{101} \) – পৰিমেয়
\( \frac{22}{7} \) – পৰিমেয়
\( 6 \) – পৰিমেয়
\( 1.001 \) – পৰিমেয়
\( \sqrt{2} \) – অপৰিমেয়
\( \sqrt{3} \) – অপৰিমেয়
\( \sqrt{5} \) – অপৰিমেয়
\( 2.030030003\ldots \) – অপৰিমেয়

৩. তলৰ কোনবোৰ ধনাত্মক আৰু কোনবোৰ ঋণাত্মক পৰিমেয় সংখ্যা বাছি উলিওৱা:

সংখ্যাবোৰ: \( \frac{125}{-467}, \frac{0}{99}, \frac{-27}{-13}, \frac{560}{493}, \frac{-7}{101} \)
ধনাত্মক পৰিমেয় সংখ্যা: \( \frac{0}{99} \), \( \frac{-27}{-13} \), \( \frac{560}{493} \)
ঋণাত্মক পৰিমেয় সংখ্যা: \( \frac{125}{-467} \), \( \frac{-7}{101} \)

৫. \( -\frac{12}{20} \) ৰ তিনিটা সমান পৰিমেয় সংখ্যা লিখা:

উত্তৰ:
\( -\frac{12}{20} = \frac{-12 \times 2}{20 \times 2} = \frac{-24}{40} \)
\( -\frac{12}{20} = \frac{-12 \times 3}{20 \times 3} = \frac{-36}{60} \)
\( -\frac{12}{20} = \frac{-12 \times 5}{20 \times 5} = \frac{-60}{100} \)

Leave a Reply