Class 7 Maths SVN।Chapter 3 Exercise – 3.1 ।শসংকৰদেৱ শিশু নিকেটন । তথ্য বিচাৰ আৰু প্ৰকাশ ।অনুশীলনী – 3.1
অনুশীলনী – 3.1
১. তলতপুৰ্বত সান্ধীয়া গ্ৰহণেলা উল্লেখ হৈছে। দিন অনুসৰি মেলাত উপস্থিত থকা দৰ্শকৰ সংখ্যা তলৰ তালিকাত দিয়া হৈছে—
দিন | প্ৰথম | দ্বিতীয় | তৃতীয় | চতুৰ্থ | পঞ্চম | ষষ্ট | সপ্তম |
---|---|---|---|---|---|---|---|
দৰ্শকৰ সংখ্যা | 50 | 175 | 325 | 250 | 125 | 100 | 225 |
2.উলুবাৰী হাইস্কুলৰ নতুনকৈ সজা প্ৰেক্ষাগৃহটো ধুনীয়া ৰঙেৰে সজাৰ বুলি উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীক ৰঙ পছন্দ কৰিবলৈ কোৱা হল। ৰঙকেইটা ক্রীম, গোলাপী,বগা, হালধীয়া আৰু সেউজীয়াৰ পৰাহে যিকোনো এটা বা দুটা বাছিব। ৰঙ অনুসৰি পছন্দ কৰা লৰা-ছোৱালীৰ সংখ্যাবোৰ এনে-
বৰ্ণ | ক্ৰীম | গোলাপী | বগা | হালধীয়া | সেউজীয়া |
---|---|---|---|---|---|
পছন্দ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা | 28 | 15 | 10 | 25 | 12 |
তথ্যখিনি এটা দগুলেখত প্ৰকাশ কৰা। এতিয়া লেখৰ পৰা উত্তৰ দিয়া
(a)আটাইতকৈ বেছিভাগৰ পছন্দ ৰঙটো কি?
(b) কেইজনে এই ৰঙটো পছন্দ কৰিলে?
(c) অধ্যক্ষই কোন দুটা ৰঙৰ অৰ্ডাৰ দিব?
(d) বেছিভাগেই বেয়া পোৱা ৰঙটো কি?
(e) দণ্ডচিত্ৰটো অঁকাৰ বাবে কি স্কেল ব্যৱহাৰ কৰিছা?
Solution:-

(a)আটাইতকৈ বেছিভাগৰ পছন্দ ৰঙটো কি?
Ans:- ক্ৰীম
(b) কেইজনে এই ৰঙটো পছন্দ কৰিলে?
Ans:- ২৮
(c) অধ্যক্ষই কোন দুটা ৰঙৰ অৰ্ডাৰ দিব?
Ans:- ক্ৰীম আৰু হালধীয়া
(d) বেছিভাগেই বেয়া পোৱা ৰঙটো কি?
Ans:- বগা
(e) দণ্ডচিত্ৰটো অঁকাৰ বাবে কি স্কেল ব্যৱহাৰ কৰিছা?
Ans:- ডাঙৰ বৰ্গ = 5 একক
3) পৃথিৱীৰ পৰা হলৌ বান্দৰ এটাক স্পুটনিকেৰে সৌৰজগতৰ কেইটামান বেলেগ বেলেগ গ্ৰহত পঠোৱা হল। কোনটো গ্ৰহত জাপ মাৰি বান্দৰটোৱে কিমান উচ্চতালৈ উঠিব পাৰে তাৰ তালিকা এখন তলত দিয়া হল।
জাপিয়াব পৰা উচ্চতা
গ্ৰহ | চন্দ্ৰ | পৃথিৱী | মঙ্গল | বৃহস্পতি | শুক্ৰ | শনি |
---|---|---|---|---|---|---|
জাপিয়াব পৰা উচ্চতা | 830 | 570 | 980 | 250 | 650 | 550 |
উচ্চতাবোৰ তুলনা কৰিবলৈ লেখ কাকতত তথ্যবোৰ উপযুক্ত ধৰণে প্ৰকাশ কৰা৷
(a) কি স্কেল ব্যৱহাৰ কৰিছা?
(b) বিভিন্ন গ্ৰহত মৰা জাপবোৰ তুলনা কৰা ।
(c) ওজন অনুসৰি কমৰ পৰা বেছিলৈ গ্ৰহবোৰৰ নাম লিখা।
Solution:-

(a) কি স্কেল ব্যৱহাৰ কৰিছা?
Answer:- ডাঙৰ বৰ্গ ১০০ এককৰ সমান
(b) বিভিন্ন গ্ৰহত মৰা জাপবোৰ তুলনা কৰা ।
Ansswer:- আটাইতকৈ বেছি মংগল গ্ৰহত জাপ মাৰে
(c) ওজন অনুসৰি কমৰ পৰা বেছিলৈ গ্ৰহবোৰৰ নাম লিখা।
4) দিচপুৰ সচিবালয়ৰ সন্মখেৰে এদিন সোমবাৰে নিৰ্দিষ্ট সময়ত তলত দিয়া সংখ্যক গাড়ী পাৰ হৈ যায়। তথ্যখিনি এটা দণ্ডলেখত প্ৰকাশ কৰা ।
(সময়ৰ অন্তৰাল (7,9) ৰ অৰ্থ সঠিক 7 বজাৰ পৰা ধৰি 9 বজাৰ আগলৈকে বুলি বুজিবা।) বৰ্গকাকতত লেখ আঁকি স্কেল উল্লেখ কৰিবা ।
সময় অন্তৰাল কিমান বজাৰ পৰা কিমান বজালৈ | (7,9) | (9,11) | (11,1) | (1,3) | (3,5) | (5,7) | (7,9) |
---|---|---|---|---|---|---|---|
গাড়ী সংখ্যা | 45 | 88 | 95 | 83 | 87 | 68 | 60 |
(a) কোনখিনি সময়ত গাড়ীৰ চলাচল বেছি?
(b) কোনখিনি সময়ত গাড়ীৰ চলাচল কম?
(c) ৰাতিপুৱা [7,9) ৰ ভিতৰত আৰু গধূলি [7,9) ৰ ভিতৰত চলা গাড়ীৰ সংখ্যাৰ পাৰ্থক্য কিমান?
(d) ৰাতিপুৱা 9 বজাৰ পৰা দুপৰীয়া 1 বজালৈ মুঠ কিমান গাড়ী চলে?
(e) ৰাতিপুৱা 7 বজাৰ পৰা গধূলি 7 বজালৈ এই গোটেই সময়ৰ ভিতৰত মুঠ কিমান গাড়ী চলে?
Solution:-

(a) ৰাতিপুৱা (11, 1 )
(b) ৰাতিপুৱা (7,9)
(c) 15 খন
(d) 183 খন
(e) 466 খন
5. এটা ভাৰতীয় তেল কোম্পানীয়ে যোৱা 6 বছৰে উৎপাদন কৰি অহা তেলৰ পৰিমাণ (স্ৰেটিকটনৰ হিচাপত) তলৰ দণ্ডচিত্ৰটোৰে বৰ্ণাইছে? লেখটো অধ্যয়ন কৰি কোম্পানীটোৰ বিষয়ে আমি কেনে ধৰণৰ তথ্য গোটাব পাৰিম? তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া
(a) দণ্ডলেখটোৱে কিহৰ বিষয়ে কৈছে?
(b) কোন বছৰত উৎপাদন আটাইতকৈ বেছি আৰু কিমান?
(c) কোন বছৰত উৎপাদন আটাইতকৈ কম আৰু কিমান? (d) কোন বছৰত উৎপাদন আগৰ তিনিটা বছৰৰ হাৰতকৈ কম?
(e) কোন দুটা বছৰত উৎপাদন প্ৰায় একে ?
(f) শেষৰ চাৰিটা বছৰত গড়ে কিমান উৎপাদন কৰে?

সমাধানঃ
(a) দণ্ডলেখটোৱে এটা ভাৰতীয় তেল কোম্পানীয়ে যোৱা 6 বছৰে উৎপাদন কৰি অহা তেলৰ পৰিমাণৰ বিষয়ে কৈছে।
(b) 2012 চনত 40 মেট্রিক টন।
(c) 2009 চনত; 15 মেট্রিক টন। (d) 2014 চনত।
(e) 2012 আৰু 2013
(f) শেষৰ চাৰিটা বছৰত গড় উৎপাদন = \(\frac{25+40+38+20}{123}\) = = 30.75 মেট্রিক টন।