Class 4 Social Science Chapter 3
Social Science chapter 3 ৪ ৰ্থ শ্ৰেণী sankardev sishu niketan class 4 ৪ ৰ্থ শ্ৰেণী social science।sankardev sishu niketan class 4 ৪ ৰ্থ শ্ৰেণী social science lesson 4 ।sankardev sishu niketan class 4 social science lesson 3।sankardev sishu niketan class 4 social science lesson 3।sankardev sishu niketan class 4 social science lesson 2।sankardev sishu vidya niketan class 4 ৪ ৰ্থ শ্ৰেণী social science।sankardev vidya niketan class 4 ৪ ৰ্থ শ্ৰেণী social science।sankardev sishu niketan class 4 social science lesson 3।sankardev sishu niketan class 4 social science lesson 3।

অসমৰ জলবায়ু
১। অৱস্থা কেনেধৰনে সষ্টি হয় ?
উত্তৰ- সূৰ্যৰ পোহৰ আৰু তাপ , বায়ুৰ চাপ , বতাহ , বৰষুণ , বায়ুত থকা জলীয় ভাপৰ পৰিমাণ আদি লগ লাগি এক অৱস্থাৰ সৃষ্টি কৰে।
২। জলবায়ু কাক বোলে ?
উত্তৰ– এখন ঠাই বা অঞ্চলৰ এক দীঘলীয়া সময়ক বতৰৰ গড় বা সামগ্ৰিক অৱস্থাকে জলবায়ু বোলে।
৩। অসমত কিমান বৰষুণ হয় ?
উত্তৰ-বছৰি গড়ে প্ৰায় ২০০ চেমি ।
৪। বছৰত কেইটা আৰু কি কি ঋতু থাকে ?
উত্তৰ- ছটা ঋতু থাকে —–
গীষ্ম , বৰ্ষা , শৰত , হেমন্ত , শীত আৰু বসন্ত।
৫। অসমৰ প্ৰধান শস্য় কি ?
উত্তৰ-— ধান।
৬। পাহাৰীয়া অঞ্চলত মানুহে কি খেতি কৰে ?
উত্তৰ- ঝুম খেতি ।
৭। ঝুম খেতি কাক বোলে ?
উত্তৰ– পাহাৰৰ এঢলীয়া ঠাইৰ বনত জুই লগাই মুকলি কৰি মাটি চহাই খেতি কৰাকে ঝুম খেতি বোলে।
৮। অসমত গ্ৰীষ্মকালত প্ৰচুৰ বৰষুণ কিয় হয় ?
উত্তৰ- দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বাবে গ্ৰীষ্মকালত প্ৰচুৰ বৰষুণ হয়।
৯। অসমৰ মানুহৰ প্ৰধান আহাৰ কি ?
উত্তৰ– ভাত।
১০। বাৰিষা কালৰ প্ৰধান শস্য় কি ?
উত্তৰ- ধান আৰু মৰাপাট।