Class 4 Social Science Chapter 2
Social Science chapter 2 ৪ ৰ্থ শ্ৰেণী sankardev sishu niketan class 4 ৪ ৰ্থ শ্ৰেণী social science।sankardev sishu niketan class 4 ৪ ৰ্থ শ্ৰেণী social science lesson 4 ।sankardev sishu niketan class 4 social science lesson 6।sankardev sishu niketan class 4 social science lesson 14।sankardev sishu niketan class 4 social science lesson 2।sankardev sishu vidya niketan class 4 ৪ ৰ্থ শ্ৰেণী social science।sankardev vidya niketan class 4 ৪ ৰ্থ শ্ৰেণী social science।sankardev sishu niketan class 4 social science lesson 3।sankardev sishu niketan class 5 social science lesson 2।

অসমৰ বিভিন্ন জনগোষ্ঠী আৰু সাংস্কৃতিক জীৱন
১। অসমৰ চৰকাৰী ভাষা কি ?
উত্তৰ– আৰ্য ভাষা অসমীয়া।
২। অসমত বাস কৰা জন–জাতীবোৰ কি ?
উত্তৰ– কুকি , মণিপুৰী , কছাৰী , কাৰ্বি ,বড়ো , দেউৰী , গাৰো , মিচিং , তিৱা , ডিমাচা , ৰেংমা , ৰাভা , সোণোৱাল আদি।
৩। অসমত কেইধৰণৰ আৰু কি কি উতসৱ পালন কৰা হয় ?
উত্তৰ– তিনিধৰণৰ আৰু সেইকেইটা হল –
(১) ধৰ্মীয় (২) কৃষিমূলক আৰু (৩) সামাজিক অনুষ্ঠানমূলক।
৪। অসমৰ বাহিৰে উত্তৰ–পূৰ্বাঞ্চলত আৰু কেইখন ৰাজ্? আছে ?
উত্তৰ– আৰু ৭ খন ৰাজ্য আছে।
৫।অসমীয়াৰ জাতীয় সাজ–পাৰ কি ?
উত্তৰ– কিংসাপ , মেখেলা-চাদৰ, ধুতি-কামিজ , এৰী , পাট-মুগাৰ বিভিন্ন সাজ আদি।
৬। অজনজাতীয় লোকসকলৰ সৰহভাগ মহিলাই কি পিন্ধে ?
উত্তৰ– মেখেলা – চাদৰ , শাৰী আদি পিন্ধে।
৭। কৃষিভিত্তিক উতসৱ কি ?
উত্তৰ– বিহু আৰু মিচিংসকলৰ আলি-আয়ে-লৃগাং ।