সমাজ বিজ্ঞান । ৪ ৰ্থ শ্ৰেণী Class 4। Social Science chapter-2 ।শংকৰদেৱ শিশু নিকেটন । Sankardev Sishu Niketan Solution 2024-2025

৪ ৰ্থ শ্ৰেণী sankardev sishu niketan class 4 ৪ ৰ্থ শ্ৰেণী social science।sankardev sishu niketan class 4 ৪ ৰ্থ শ্ৰেণী social science lesson 4 ।sankardev sishu niketan class 4 social science lesson 6।sankardev sishu niketan class 4 social science lesson 14।sankardev sishu niketan class 4 social science lesson 2।sankardev sishu vidya niketan class 4 ৪ ৰ্থ শ্ৰেণী social science।sankardev vidya niketan class 4 ৪ ৰ্থ শ্ৰেণী social science।sankardev sishu niketan class 4 social science lesson 3।sankardev sishu niketan class 5 social science lesson 2।

সমাজ বিজ্ঞান ৪ ৰ্থ শ্ৰেণী

আমাৰ ৰাজ্যৰ পৰিচয়

পুৰণি কালত আমাৰ ৰাজ্য়খনৰ নাম কি আছিল

উত্তৰ প্ৰাগজ্যোতিষপুৰ আৰু  পাছলৈ কামৰূপ নামেৰে জনাজাত আছিল।

অসম নামটো কিমান শতিকাৰ পৰা প্ৰচলিত হৈছে ?

উত্তৰ খ্ৰীষ্ট্ৰীয় পঞ্চদশ শতিকাৰ ।

আহোমসকলৰ ৰাজত্বকালত এই দেশৰ নাম কি হৈছিল ?

উত্তৰ  অহম বা  অসম আদি হৈছিল। 

কেতিয়াৰ পৰা আছাম আৰু আসাম এই দুটা শব্দ প্ৰচলিত হৈছিল ?

উত্তৰ ব্ৰিটিছৰ অধীনলৈ যোৱাৰ পাছৰপৰা প্ৰচলিত হৈছিল। 

পুৰণি কালত কামৰূপত কোনে ৰাজত্ব কৰিছিল ?

উত্তৰ নৰকাসুৰে।

গুৱাহাতীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্য়া দেৱী মন্দিৰ আৰু শিলৰ খট্খটি কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰ নৰকাসুৰে নিৰ্মাণ কৰিছিল। 

বাণ ৰজাৰ জীয়ৰী কোন ?

উত্তৰ ঊষাৰাণী ।

তেজপুৰৰ মহাভৈৰৱ, ৰুদ্ৰপদ , অগ্নিগড় আদি কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰঃ বাণ ৰজাই নিৰ্মাণ কৰিছিল।

নৱগ্ৰহ মন্দিৰ কিমান শতাব্দীত আৰু কোনে নিৰ্মাণ কৰোৱাইছিল ?

উত্তৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। 

১০ ৰাজনৈতিক বিভাগ কাক বোলে ?

উত্তৰ প্ৰাকৃতিক বৈশিষ্ট অনুযায়ী বিভক্ত অঞ্চলবোৰৰ প্ৰাকৃতিক বিভাগ আৰু মানুহে সৃষ্টি কৰা ভাগটোক ৰাজনৈতিক বিভাগ বোলে। 

১১ অসমক প্ৰাকৃতিক গঠন অনুসৰি কেইটা ভাগত ভাগ কৰা হৈছে ? আৰু কি কি ?

উত্তৰ তিনিটা ভাগত ভাগ কৰা হৈছে।

 (১) ব্ৰহ্মপুত্ৰ উপত্য়কা (২) বৰাক উপত্য়কা আৰু (৩) উত্তৰ কাছাৰ আৰু কাৰ্বি আংলং পাৰ্বত্য় অঞ্চল। 

১২ ব্ৰহ্মপুত্ৰ উপত্যকা কাক বোলে

উত্তৰ ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে থকা সমভূমি অঞ্চলক ব্ৰহ্মপুত্ৰ উপত্যকা বোলে। 

১৩ উত্তৰ বাহিনী নৈ কাক বোলে ?

উত্তৰ দক্ষিণৰ পৰা উত্তৰলৈ বৈ যোৱা নৈবোৰক উত্তৰ বাহিনী নৈ বোলা হয়। 

১৪ দক্ষিণ বাহিনী নৈ কৈক বোলে ?

উত্তৰ উত্তৰৰপৰা দক্ষিণলৈ বৈ যোৱা নৈবোৰক দক্ষিণ বাহিনী নৈ বোলে।

১৫বৰাক উপত্য়কা কাক বোলে ?

উত্তৰ– বৰাক নদীৰ দুয়োপাৰে থকা সমভূমি অঞ্চলক বৰাক উপত্য়কা বোলে। 

১৬। আহোমসকলে অসমত কিমান বছৰ কাল ৰাজত্ব কৰিছিল ?

উত্তৰ  আহোমসকলে প্ৰায় ৬০০ বছৰ কাল ৰাজত্ব কৰিছিল।

১৭ ৰাজনৈতিক বা প্ৰশাসনিকভাৱে কেইটা সংমণ্ডল আৰু কেইখন জিলাত ভাগ কৰা হৈছে ?

উত্তৰ ৰাজনৈতিক বা প্ৰশাসনিকভাৱে অসমক চাৰিটা সংমণ্ডল আৰু ৩৩ খন জিলাত ভাগ কৰা হৈছে।

১৮ বৰাক উপত্য়কাত জিলা কেইখন আছে ?

উত্তৰ বৰাক উপ ত্য়কাত জিলা ৩খন আছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *