sankardev bidya niketan / maths solution / assamese medium / class 8 maths অনুশীলনী  1(A)

                  অনুশীলনী  1(A)

1. সত্য নে অসত্য লিখা —-

a) স্বাভাৱিক সংখ্যা থুপটো অখণ্ড সংখ্যাৰ অন্তৰ্গত ।            উ. সত্য

b) স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ থুপ দুটা লগ হৈ অখণ্ড সংখ্যাৰ থুপটো গঠন হৈছে ।      উ. অসত্য

c) সকলো অখণ্ড সংখ্যাই পৰিমেয় ।                       উ. সত্য    

d) সকলো ঋণাত্মক অখণ্ড সংখ্যা শূণ্যতকৈ সৰু ।               উ. সত্য

e) দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্যা পৰিমেয় সংখ্যা পোয়া যায । উ.  সত্য

2.  যোগ কৰা

\((i)-\frac{2}{3} + \left[\frac{3}{5} + \left(-\frac{5}{6}\right)\right]\)

Solution:-

\(= -\frac{2}{3} + \left[\frac{3}{5} – \frac{5}{6}\right]\)

\(= -\frac{2}{3} + \frac{18 – 25}{30}\)

\(= -\frac{2}{3} + \left(-\frac{7}{30}\right)\)

\(=\frac{-20 – 7}{30}\)

\(=\frac{-27}{30}\)

\(=\frac{-9}{10}\)

\((ii)\frac{7}{3} – \frac{1}{12} – \left(-\frac{3}{4}\right) + 7\)

Solution:

\(=\frac{7}{3} – \frac{1}{12} – \frac{3}{4} + 7\)

\(=\frac{28}{12} – \frac{1}{12} – \frac{9}{12} + \frac{84}{12}\)

\(=\frac{112 – 10}{12}\)

\(=\frac{102}{12}\)

4  . তলৰ তালিকাখন সম্পূৰ্ণ কৰা—-

a)

সংখ্যা প্ৰণালী ক্ৰমবিনিময় বিধি
যোগবিয়োগপূৰণহৰণ
স্বাভাবিক সংখ্যামানি চলেমানি নচলেমানি চলেমানি নচলে
পূৰ্ণ সংখ্যামানি চলেমানি নচলেমানি চলেমানি নচলে
অখণ্ড সংখ্যামানি চলেমানি নচলেমানি চলেমানি নচলে
পৰিমেয় সংখ্যামানি চলেমানি নচলেমানি চলেমানি নচলে

 5. তলৰ কোনবোৰ আদঁৰ্শ ঠাচত আছে চোৱা ।নথকাবিলাক আদঁৰ্শ ঠাচলৈ নিয়া

আদঁৰ্শ ঠাচত আছে —–

আদঁৰ্শ ঠাচত নাই ———

6. তল প্ৰতিটো সংখ্যাৰে যোগাত্মক বিপৰীত আৰু গোণাত্মক বিপৰীত উলিওৱা

8. সত্য নে অসত্য কোৱা———

i. পৰিমেয় সংখ্যা ‘0’

a) অনোন্যক (বো প্ৰতিক্ৰম) স্থিত নহয়

b) ঋণাত্মক বা যোগাত্মক বিপৰীতটো 0

ii. 1 ৰ অনোন্যক  1

iii. -1 ৰ  অনোন্যক -1

                                                          অনুশীলনী – 1(B)

1. a) এনে 5টা পৰিমেয় সংখ্যা লিখা যিকেইটা – 1 আৰু 0 ৰ মাজত থাকে।

solution:-

b) ওপৰৰ প্ৰশ্নটোত লিখা পৰিমেয় সংখ্যাকেইটাৰ প্ৰতিটোৰে যোগাত্মক বিপৰীত আৰু গুণাত্মক

বিপৰীতকেইটা লিখা।

Solution:-

c) সংখ্যাৰেখাত এই আটাইবিলাক পৰিমেয় সংখ্যা স্থাপন কৰিব দেখুৱাব পাৰিবানে? ইয়াৰে কেইটামান

সংখ্যাৰেখাত স্থাপন কৰা।

Solutiton :-

2. 9.5 আৰু 10ৰ মাজৰ তিনিটা পৰিমেয় সংখ্যা নির্ণয় কৰা। (এইকেইটাক , p/q ,q ≠0 আৰ্হিত ৰাখিবা)।

Solution :-

3. তলত দিয়া সংখ্যাকেইটা সংখ্যাৰেখাত স্থাপন কৰি দেখুওৱা।

5. হৰক 10 ৰ ঘাতলৈ নি তলৰ পৰিমেয় সংখ্যাবিলাকক দশমিকত প্ৰকাশ কৰা—

Solution :-

6. তলৰ কোনবোৰ সংখ্যা পৰিমেয় নহয়

(1) 419.5734

Ans. হয়

(ii) 3.41414141…

Ans. হয়

iii ) 0.100100100100…

Ans. হয়

(iv) 1.01001000100001…

Ans . নহয়

(v) 5.1020304050

Ans . নহয়

vi) 1.102101021010210…

Ans.হয়

(vii) 0.123123412345…

Ans .নহয়

(viii) 3.131131131131…

Ans .হয়

ix) 15.15151515…

Ans.হয়

(x) 0.416666…

Ans .হয়

(xi) 7.12345678910111213..

Ans . নহয়

(xii) 3.51512512351234…

Ans . নহয়

৪. তলৰ দশমিকবিলাকক আৰ্হিলৈ নিয়া—

(i) 0.5555… (ii) 0.151515… (iii) 0.78888… (iv) 31.2999, (v) 63.9:5

(v) 0.00001

Leave a Reply